అర్థం : উত্তৰ দিশত পৰা প্রদেশ বা ৰাজ্য
ఉదాహరణ :
মহেশ উত্তৰৰ বাসিন্দা
అర్థం : কোনো প্রশ্ন বা কথা শুনি তাৰ সমাধানৰ কাৰণে কোৱা কথা
ఉదాహరణ :
আপুনি মোৰ প্রশ্নৰ উত্তৰ দিয়া নাই
పర్యాయపదాలు : জবাব
అర్థం : দক্ষিণ দিশৰ সন্মুখৰফালৰ দিশ:ভাৰতৰ উত্তৰ দিশত হিমালয় পর্বত প্রহৰীৰদৰে থিয় দি আছে
ఉదాహరణ :
పర్యాయపదాలు : উত্তৰ দিশ
అర్థం : শূন্যৰ পৰা তিনিশ ষাঠি ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
ఉదాహరణ :
উত্তৰ সদায় উত্তৰ দিশৰ ফালেই থাকে