పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి উত্তাপ అనే పదం యొక్క అర్థం.

উত্তাপ   বিশেষ্য

అర్థం : উষ্ণ হোৱা অৱস্থা বা ভাব

ఉదాహరణ : গৰমৰ দিনত উষ্ণতা বৃদ্ধি পায়

పర్యాయపదాలు : উমাজাল, উষ্ণতা, তাপ

అర్థం : বিজুলী, জুই বা প্রাকৃতিকভাৱে উৎপন্ন হোৱা এবিধ শক্তি, যাৰ প্রভাৱত বস্তু গৰম হয়, গলে বা ভাপ হৈ উৰি যায় আৰু যাৰ পৰা গৰম বা জ্বলা-পোৰা অনুভৱ কৰা যায়:তাপত হাত পুৰি গৈছে

ఉదాహరణ :

పర్యాయపదాలు : উমাজাল, উষ্ণতা, উষ্ণত্ব, তাপ

అర్థం : শৰীৰত জ্বলা-পোৰা কৰা এক প্রকাৰৰ ৰোগ যাৰ বাবে কেতিয়াবা কেতিয়াবা শৰীৰত কিছুমান দানা সদৃশ গুটিও ওলায়

ఉదాహరణ : তেওঁ ইষদোষ্ণতাত ভুগিছে

పర్యాయపదాలు : ইষদোষ্ণতা, উষ্ণতা