పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి উড়িয়া అనే పదం యొక్క అర్థం.

উড়িয়া   বিশেষ্য

అర్థం : উৰিষ্যাৰ অধিবাসী

ఉదాహరణ : এই ছাত্রাৱাসটোত কেৱল উড়িয়াহে থাকিব পাৰিব

అర్థం : যি লিপিত উড়িয়া ভাষা লিখা হয়

ఉదాహరణ : লʼৰাটোৱে মন্দিৰৰ ওপৰত উড়িয়াত লিখি থোৱা কথাখিনি পঢ়িবলৈ চেষ্টা চলায় আছে

పర్యాయపదాలు : উড়িয়া লিপি

উড়িয়া   বিশেষণ

అర్థం : উৰিষ্যাৰ বা উৰিষ্যাৰ সৈতে সম্বন্ধ থকা

ఉదాహరణ : আমি উৰিয়া নৃত্য চাবলৈ গৈছিলোঁ

పర్యాయపదాలు : উৰিয়া

అర్థం : উড়িয়া ভাষাৰ বা উড়িয়া ভাষাৰ সৈতে সম্বন্ধ থকা

ఉదాహరణ : পুৰীৰ বিষয়ে অধিক জানিবলৈ মই ভালেমান উড়িয়া কিতাপ অধ্যয়ন কৰিলোঁ