అర్థం : বিশ্বাস আদি ভাৱনাবোৰ স্থিৰ হৈ নথকা
ఉదాహరణ :
এনেকুৱা পৰিস্থিত লʼৰাবোৰৰ আত্মবিশ্বাসত উগুল-থুগুল লাগে
పర్యాయపదాలు : অস্থিৰ হোৱা
అర్థం : কাৰোবাৰ মনত কোনো কথাৰ ইচ্ছা বা উৎকণ্ঠা জগোৱা
ఉదాహరణ :
দাদা বিদেশৰ পৰা উভতি অহাৰ খবৰ শুনি নবৌৰ মনটো উগুল-থুগুল লাগিল