పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ইচ্ছা అనే పదం యొక్క అర్థం.

ইচ্ছা   বিশেষ্য

అర్థం : মনৰ ভাল লগা ভাব

ఉదాహరణ : তেওঁ নিজৰ ৰুচি অনুসৰিহে কোনো কাম কৰে

పర్యాయపదాలు : অভিৰুচি, পছন্দ, ৰুচি

అర్థం : প্রাকৃতিকভাৱে কোনো কাম আদিত হোৱা ধাউতি

ఉదాహరణ : পঢ়াৰ প্রতি ধাউতি দেখি ্তেওঁক চহৰলৈ পঠোৱা হʼল

పర్యాయపదాలు : অভিৰুচি, আগ্রহ, ধাউতি, মন, হাবিলাস, হাবিয়াস, ৰুচি

అర్థం : কোনো বস্তু লাভৰ বা সুখৰ কাৰণে কৰা অভিলাষা বা লালসা

ఉదాహరణ : ঘূৰা-ফুৰাটো মমতাৰ এটা চখ

పర్యాయపదాలు : চখ, বাসনা

అర్థం : কোনো কথা কʼবৰ বা কোনো বস্তু পাবৰ কাৰণে ওপজা মনোবৃত্তি:মানুহৰ সকলো ইচ্ছাই পূর্ণ নহয় তেওঁৰ্ পঢ়াৰ প্রতি খুউব আগ্রহ

ఉదాహరణ :

పర్యాయపదాలు : অভিপ্রায়, অভিলাষ, অভীপ্সা, আকাংক্ষা, আকুল, আকূতি, আগ্রহ, আশা, আশা-দশা, আশা-ভাৰসা, ঈপ্সা, কামনা, খেয়াল, খেয়াল-খুচি, ধাউতি, বাঞ্ছা, বাসনা, ভাৰসা, মন, মর্জি, মর্জ্জি, স্পৃহা, হাউচ, হাবিলাস, হাবিয়াস, হাবিয়াহ, হেঁ্পাহ