సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বস্তুক ওপৰৰ পৰা বা চাৰিওফালৰ পৰা আৱৰি ৰখা বস্তু
ఉదాహరణ : ঢাকনীৰ কাৰণে বস্তু সুৰক্ষিত হৈ থাকে
పర్యాయపదాలు : আচ্ছাদন, ঢাকনী, ্সাঁফৰ
అర్థం : যিহেৰে কোনো বস্তু আদি ঢাকি থোৱা হয় বা ঢাকিবৰ কাৰণে ব্যৱহাৰ কৰা বস্তু
ఉదాహరణ : আচ্ছাদকৰ বস্তু সুৰক্ষিত হৈ থাকে
పర్యాయపదాలు : আচ্ছাদক, আচ্ছাদন, কবচ, ঢাকনি
అర్థం : ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে
ఉదాహరణ : বাদামৰ ওপৰত বহুত টান খোলা থাকে
పర్యాయపదాలు : কবচ, খোলা
ఆప్ స్థాపించండి