సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি ঠাইত কোনোৱে বাস কৰে
ఉదాహరణ : চাফ-চিকুণ আৰু বায়ু চলাচল কৰা আবাস স্বাস্থ্যৰ কাৰণে লাভদায়ক
పర్యాయపదాలు : আবাস, নিবাস, বাসস্থান
అర్థం : যি ঠাই বা ক্ষেত্রত কোনো প্রাণীয়ে বসবাস কৰে
ఉదాహరణ : বাঘৰ বসতিস্থল জংঘল অনুগ্রহ কৰি নিজৰ বাসস্থানৰ বিষয়ে কওক
పర్యాయపదాలు : নিৱাস, বসতিস্থল, বাস স্থান, বাসস্থান, মোকাম
ఆప్ స్థాపించండి