పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి আৰম্ভণি అనే పదం యొక్క అర్థం.

আৰম্ভণি   বিশেষ্য

అర్థం : কোনো কার্য, ্ঘটনা, ব্যাপাৰ আদিৰ প্রথমৰ ভাগ বা অংশ

ఉదాహరణ : আৰম্ভণি ভাল হʼলে পৰিসমাপ্তিও ভাল হয়

పర్యాయపదాలు : আদি, আৰম্ভ, প্রাৰম্ভ, শুভাৰম্ভ

అర్థం : কোনো কাম, কথা আদিৰ আৰম্ভণী হোৱা বা কৰা কার্য

ఉదాహరణ : আহক এই নতুন কামটোৰ আৰম্ভ কৰোঁ

పర్యాయపదాలు : আৰম্ভ, আৰম্ভণ, উপক্রম, ছৰু, প্রাৰম্ভ, শুভাৰম্ভ, শুভাৰম্ভণ, শুৰু, সমাৰম্ভ, সূচনা, সূত্রপাত

అర్థం : * প্রস্তাৱনা, পৰিচয় আদিৰ প্রাৰম্ভিক ভাগ

ఉదాహరణ : আৰম্ভণিত মূল বিষয়ৰ ্বর্ণন আছে

అర్థం : * দবা খেলৰ আৰম্ভণিতে গুটিবোৰ চলাৰ এটা স্বীকৃত ক্রম

ఉదాహరణ : আৰম্ভণিৰ পিছত দবা খেলুৱৈ সকলে বহুত ভাবি-চিন্তি গুটি চলাবলৈ ধৰিলে

పర్యాయపదాలు : অʼপেনিং, চেচৰ অʼপেনিং