సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি প্রেমত আসক্ত
ఉదాహరణ : প্রেমাসক্ত পুৰুৰবাৰ কাৰণে উর্বশীয়ে স্বর্গ এৰি পৃথিৱীলৈ আহিছিল
పర్యాయపదాలు : অনুৰক্ত, অনুৰাগী, প্রেমাসক্ত
అర్థం : যি কিহবাৰ প্রতি অত্যধিক অনুৰক্ত
ఉదాహరణ : সংসাৰৰ বস্তুবোৰে মানুহৰ মনক আসক্ত কৰি ক্ষণিকৰ বাবেহে সুখ প্রদান কৰে
పర్యాయపదాలు : মুগ্ধ, মোহাবিষ্ট, মোহিত, ৰক্ত
ఆప్ స్థాపించండి