సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : * যিটো ভৱন কোনো বিশেষ বা মহান উদ্দেশ্যৰ বাবে সমর্পিত কৰা হয়
ఉదాహరణ : এই মন্দিৰত অনাথ শিশুবোৰৰ পালন-পোষণ কৰা হয় মোৰ সন্তানে এতিয়া বাল্য মন্দিৰত পঢ়িবৰ বাবে যাবলৈ ধৰিছে
పర్యాయపదాలు : আশ্রম, মন্দিৰ
అర్థం : বেৰেৰে ঘেৰি সাজি লোৱা মানুহ থকা ঠাই
ఉదాహరణ : এই ঘৰটোত পাঁচটা কোঠা আছে
పర్యాయపదాలు : আবাসস্থান, গৃহ, ঘৰ, ঘৰ-দুৱাৰ, ঘৰ-বাৰী, নিলয়, হাউলি
ఆప్ స్థాపించండి