సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিটো মেৰোৱাই থোৱা আছে
ఉదాహరణ : মাকে চাদৰেৰে আবৃত শিশুটোক পালেঙত শুৱাই দিলে
పర్యాయపదాలు : পৰিবৃত
అర్థం : লুকাই থকা বা ঢাকি থোৱা
ఉదాహరణ : আচ্ছাদিত ঘৰটোৰ প্রতিটো কোণত ভুমুকি মৰা হৈছে
పర్యాయపదాలు : আচ্ছাদিত, প্রচ্ছন্ন
అర్థం : যাক কোনো বস্তু আদিৰে ঢাকি থোৱা হৈছে
ఉదాహరణ : লʼৰাটোৱে মেঘেৰে ঢকা আকাশখন চাই আছিল
పర్యాయపదాలు : আচ্ছন্ন, আচ্ছাদিত, ঢকা-, প্রচ্ছন্ন, প্রচ্ছাদিত আৱৰা-, সমাচ্ছন্ন
ఆప్ స్థాపించండి