అర్థం : পোস্তা বা আফুগছৰ দানা
ఉదాహరణ :
আফুগুটিৰ ব্যৱহাৰ মছলা হিছাপে কৰা হয়
పర్యాయపదాలు : আফুগুটি, পোস্তা, পোস্তাদানা
అర్థం : আফুগছৰ আঠাৰ তিতাসোৱাদৰ নিচাযুক্ত বিষাক্ত অংশ
ఉదాహరణ :
সুৰেশৰ আফিং নোখোৱালৈকে টোপনি নাহে
పర్యాయపదాలు : আফিং