పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి আনন্দ అనే పదం యొక్క అర్థం.

আনন্দ   বিশেষ্য

అర్థం : কোনো প্রিয় বা অভিষ্ট বস্তু পোৱাৰ পিছত অথবা কোনো ভাল বা শুভ কাম হোৱাৰ পিছত মনত ওপজা ভাব বা অৱস্থা:তেওঁৰ জীৱনটো আনন্দৰেই চলি আছে

ఉదాహరణ :

పర్యాయపదాలు : আহ্লাদ, উচল-পাচল, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, তামাচা, পুলক, প্রফুল্লতা, প্রসন্নতা, লাহ-বিলাহ, স্ফূর্টি, স্ফূর্টি-তামাচা, হর্ষ, হৰষ-দৰষ, হৰিষ, ৰং, ৰং-তামাচা, ৰগৰ

అర్థం : সন্তুষ্ট হোৱাৰ ভাব বা অৱস্থা

ఉదాహరణ : ৰামৰ চেহেৰাত সন্তুষ্টিৰ ৰেঙণি আছিল

పర్యాయపదాలు : আহ্লাদ, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, প্রফুল্লতা, প্রসন্নতা, সন্তুষ্টি, সন্তোষ, স্ফূর্ত্তি, হৰিষ, ্হর্ষ

అర్థం : কোনো কথাৰ পৰা হোৱা ৰুচি বা তাৰ পৰা পোৱা আনন্দ

ఉదాహరణ : ভক্তই ভগৱানৰ কী্র্তন কৰি আনন্দ লৈ আছে

పర్యాయపదాలు : মজা, ৰস

అర్థం : যি আনন্দ দিয়ে বা যাৰ পৰা আনন্দ বা প্রসন্নতা পোৱা যায় বা যি প্রসন্নতাৰ কাৰণ হয়

ఉదాహరణ : আপোনাৰ সংগই মোৰ বাবে আনন্দ

పర్యాయపదాలు : প্রসন্নতা, সুখপ্রদ, হর্ষ, ্আনন্দদায়ক