సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সৎকাৰৰ সৈতে বা আদৰ সম্ভাষণৰ সৈতে
ఉదాహరణ : শ্যামে আপোনাক তেওঁৰ নিজৰ ঘৰলৈ আদৰি-সাদৰি আমন্ত্রণ কৰিছে
పర్యాయపదాలు : আতি-পুতিকৈ, আতৌ-পুতৌকৈ, আথ-বেথ কৰি, আথ-বেথকৈ, আথে-বেথে, বেথা লগাকৈ, মৰমেৰে, সস্নেহে, সাদৰে, হেঁ্পাহেৰে
ఆప్ స్థాపించండి