అర్థం : সন্মুখৰ ফাল
ఉదాహరణ :
তেওঁ ্ লাহে লাহে আগলৈ গৈ আছে
పర్యాయపదాలు : আগপিনে, আগফাললৈ, আগফালে, মুখৰ ফালে, সন্মুখলৈ, সন্মুখৰ দিশে, সন্মুখৰ ফালে
అర్థం : আগত আহিবলগীয়া সময়
ఉదాహరణ :
ভৱিষ্যতে কাৰ কি হʼবলগা আছে কোনেও নাজানে
పర్యాయపదాలు : ভৱিষ্যত কালত, ভৱিষ্যতে
అర్థం : ঠিক এই সময়ৰ পিছৰ পৰাই
ఉదాహరణ :
আজিৰ পৰা এনে ভুল আগলৈ নকৰিবা