అర్థం : কাৰোবাৰ সন্মুখ বা উপস্থিতিত
ఉదాహరణ :
অপৰাধীটো দণ্ডাধীশৰ সন্মুখত হাজিৰ হʼল
పర్యాయపదాలు : সন্মুখত
అర్థం : সকলোতকৈ আগত........
ఉదాహరణ :
পথপ্রদর্শকজনে আমাক বাট দেখুৱাবলৈ আগে আগে গৈ আছিল
పర్యాయపదాలు : আগে আগে, সকলোতকৈ আগত