పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి আকুল అనే పదం యొక్క అర్థం.

আকুল   বিশেষ্য

అర్థం : কোনো কথা কʼবৰ বা কোনো বস্তু পাবৰ কাৰণে ওপজা মনোবৃত্তি:মানুহৰ সকলো ইচ্ছাই পূর্ণ নহয় তেওঁৰ্ পঢ়াৰ প্রতি খুউব আগ্রহ

ఉదాహరణ :

పర్యాయపదాలు : অভিপ্রায়, অভিলাষ, অভীপ্সা, আকাংক্ষা, আকূতি, আগ্রহ, আশা, আশা-দশা, আশা-ভাৰসা, ইচ্ছা, ঈপ্সা, কামনা, খেয়াল, খেয়াল-খুচি, ধাউতি, বাঞ্ছা, বাসনা, ভাৰসা, মন, মর্জি, মর্জ্জি, স্পৃহা, হাউচ, হাবিলাস, হাবিয়াস, হাবিয়াহ, হেঁ্পাহ

আকুল   বিশেষণ

అర్థం : যি কোনো কাম বা কথাৰ বাবে উদ্বিগ্ন হয়

ఉదాహరణ : উদ্বিগ্ন মানুহজনে মুক্তি পাবৰ বাবে আত্মহত্যা কৰিলে

పర్యాయపదాలు : উদ্বিগ্ন, ব্যগ্র, ব্যাকুল

అర్థం : যি আৱেশেৰে ভৰি আছে

ఉదాహరణ : শিশুৰ প্রতি মাকৰ হৃদয় চেনেহত ব্যাকুল হৈ থাকে

పర్యాయపదాలు : আবিষ্ট, আৱেগ-বিহ্বল, ব্যাকুল