సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : আকাশৰ ৰঙৰ বা পাতল নীলা ৰঙৰ
ఉదాహరణ : চিত্রকৰে ছবিখনৰ কিছু অংশ আকাশী ৰঙেৰে বোলাই আছে
పర్యాయపదాలు : আকাশী ৰং
అర్థం : বতাহ বা হাৱাত হোৱা
ఉదాహరణ : মই আকাশী ভ্রমণৰ অভিজ্ঞতা লʼব বিচাৰোঁ
పర్యాయపదాలు : বতাহী
అర్థం : আকাশৰ ৰঙৰ বা পাতল নীলা
ఉదాహరణ : শ্যামে আকাশী কামিজ পিন্ধি আছিল
అర్థం : আকাশৰ সৈতে সম্পর্কিত
ఉదాహరణ : আকাশৰ বিজুলী পৰি এজন ব্যক্তিৰ মৃত্যু হʼল
పర్యాయపదాలు : আকাশৰ
ఆప్ స్థాపించండి