పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి আই అనే పదం యొక్క అర్థం.

আই   বিশেষ্য

అర్థం : শৰীৰত গুটি-গুটি ওলোৱা এবিধ সংক্রামক ৰোগ

ఉదాహరణ : মার্চ, এপ্রিল মাহত বসন্তৰ প্রাদুর্ভাৱ অধিক হয়

పర్యాయపదాలు : আই ওলোৱা, পক্স, বসন্ত, বসন্ত ওলোৱা, বসন্ত ৰোগ, শীতলা

అర్థం : বয়সীয়াল বা বুঢ়ি মহিলাৰ বাবে আদৰসূচক সম্বোধন

ఉదాహరణ : আইতা আপুনি আপোনাৰ ভৰিটো ওপৰলৈ তোলক

పర్యాయపదాలు : আইতা

అర్థం : জন্ম দিয়া নাৰী বা যি নাৰী ্ ধর্ম, ্ সমাজ, আইন-কানুন আদিৰ ভিত্তিত পূজনীয়া

ఉదాహరణ : মোৰ মা এগৰাকী সতী-সাধ্বী মহিলা নৈৰ সমান বʼব কোন আইৰ সমান হʼব কোন

పర్యాయపదాలు : জননী, জন্মদাত্রী, বৌ, বৌটি, মা, মাতৃ

అర్థం : গাৰ ছালত সৰু সৰু ফোঁহাৰ দৰে হোৱা এবিধ সংক্রামক ৰোগ

ఉదాహరణ : সৰুআই হোৱা ৰোগীক সদায় চাফা ঠাইত ৰাখিব লাগে

పర్యాయపదాలు : বসন্ত ৰোগ, সৰুআই