పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి আঁতৰোৱা అనే పదం యొక్క అర్థం.

আঁতৰোৱা   ক্ৰিয়া

అర్థం : সময়, সম্বন্ধ, প্রসাৰতা আদিৰ বিচাৰেৰে কোনো বস্তু আঁতৰ ্কৰা

ఉదాహరణ : আমি নিজৰ মাজৰ মনোমালিন্য আঁতৰোৱা উচিত

పర్యాయపదాలు : আঁতৰ ্কৰা, পৃথক কৰা, বেলেগ কৰা

అర్థం : দূৰত বা পৃথক কৰি থোৱা

ఉదాహరణ : কীটনাশক ঔষধবোৰ সদায় লʼৰা-ছোৱালীয়ে ঢুকি পোৱাৰ পৰা আঁ্তৰাই থʼব লাগে

పర్యాయపదాలు : আঁ্তৰাই থোৱা

అర్థం : নির্দিষ্টভাৱে থকা ঠাইৰ পৰা আঁতৰ্ কৰা অৱস্থা

ఉదాహరణ : কোনোবাই মোৰ নামটো ভোটাৰ তালিকাৰ পৰা আঁ্তৰালে

పర్యాయపదాలు : আঁ্তৰাই দিয়া, উলিওৱা, উলিয়াই দিয়া

అర్థం : পূর্বৰ ্স্থানৰ পৰা কোনো অন্য স্থানলৈ নিয়া

ఉదాహరణ : চকীবোৰ ইয়াৰ পৰা তালৈ আঁত্্ৰাই নিনিবা

అర్థం : কোনো ঠাই এৰিবলৈ ব্যতিব্যস্ত কৰা

ఉదాహరణ : কার্যনি্র্বাহকে কিছুমান কর্ম্্চাৰীক তেওঁলোকৰ পদবীৰ পৰা বর্খাস্ত কৰিলে

పర్యాయపదాలు : পদচ্যুত কৰা, বর্খাস্ত কৰা