సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিটো ৰুচিকৰ নহয়
ఉదాహరణ : অৰুচিকৰ কাম কৰা উচিত নহয়
పర్యాయపదాలు : অপ্রিয়, অপ্রীতিকৰ
అర్థం : যিটো ৰুচিপূর্ণ নহয়
ఉదాహరణ : এইটো আপোনাৰ কাৰণে অৰুচিকৰ কাহিনী হৈছে যদিও মই ইয়াত আনন্দ পাইছোঁ
పర్యాయపదాలు : অসাৰ, নীৰস, ৰসহীন, ৰুচিহীন
అర్థం : যিটোক খাবলৈ ইচ্ছা নাথাকে
ఉదాహరణ : অৰুচিকৰ হʼলেও কিছুমান পুষ্টিকৰ খাদ্য খাব লাগে
పర్యాయపదాలు : উপাদেয় নোহোৱা, জিভাত নলগা, জুতি নলগা, মুখত নলগা, সোৱাদ নলগা
ఆప్ స్థాపించండి