సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : অভিমান কৰা ব্যক্তি
ఉదాహరణ : মই সেই অভিমানীৰ ্ছাঁটোৰ পৰাও দূৰত থাকিব বিচাৰো
పర్యాయపదాలు : অভিমানী, অহঙ্কাৰী, দম্ভী, ্গর্বী
అర్థం : অহংকাৰ দেখুৱাওতা
ఉదాహరణ : তেওঁ ্ইমান অহংকাৰী যে কথাই পাতিবলৈয়ো মন নকৰে
పర్యాయపదాలు : গঙাটোপ, দম্ভী, দাম্ভিক, ্মদগর্বী
అర్థం : যি অভিমান, দর্প, ্ অহংকাৰ আদিৰে ভৰি আছে:অহংকাৰী মানুহ সমাজৰ কলংক স্বৰূপ
ఉదాహరణ :
పర్యాయపదాలు : ্ গর্বী, ্ দর্পী
అర్థం : নিজকে নিজে ডাঙৰ বুলি ভবা লোক
ఉదాహరణ : অহংকাৰী মানুহে আনৰ প্রশংসা শুনিব নোৱাৰে
పర్యాయపదాలు : আত্ম-প্রশংসক
ఆప్ స్థాపించండి