పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి অস্থিৰ అనే పదం యొక్క అర్థం.

অস্থিৰ   বিশেষণ

అర్థం : একে ঠাইত স্থিৰ হৈ নথকা

ఉదాహరణ : যোগেন্দ্র ইয়াত নিটিকে, তেওঁ এজন অস্থিৰ ব্যক্তি

అర్థం : যি স্থিৰ হৈ নাথাকি চঞ্চলতাৰে কাম কৰে বা চঞ্চল মনৰ

ఉదాహరణ : মোহন এটা চঞ্চল লʼৰা, সি শান্তিৰে একে ঠাইতে বহি থাকিবই নোৱাৰে

పర్యాయపదాలు : অধৈর্য, চঞ্চল

అర్థం : এটা স্থিতিত নথকা বা যি কেতিয়াবা ইয়াত বা কেতিয়াবা তাত হয়

ఉదాహరణ : কোনো কাম-কাজ নথকাৰ বাবে ৰমেশৰ স্থিতি অস্থিৰ হৈ পৰিল

అర్థం : যি শান্ত নহয়

ఉదాహరణ : চঞ্চল মন কোনো কামতে বহুৱাব নোৱাৰি

పర్యాయపదాలు : অশান্ত, অস্থিৰচিত্ত, উৎকণ্ঠিত, চঞ্চল, বিচলিত