అర్థం : বল বা শক্তি নোহোৱা বা খুউব কম হোৱা অৱস্থা বা ভাব
ఉదాహరణ :
দুর্বলত্াৰ ্ কাৰণে মহেশ যাব নোৱাৰিলে
పర్యాయపదాలు : দুর্বলত্া, বলহীনতা, শক্তিহীনতা
అర్థం : অযোগ্য হোৱা অৱস্থা বা ভাব
ఉదాహరణ :
অযোগ্যতাৰ কাৰণে তেওঁ এই পদটো নাপালে
పర్యాయపదాలు : অদক্ষতা, অনিপুণতা, অনুপযুক্ততা, অনুপযোগিতা, অনৈপুণ্য, অপটুতা, অযোগ্যতা