అర్థం : * পূর্ণৰূপত সফল ্নোহোৱা বা পতন হোৱা
ఉదాహరణ :
আপোনাৰ কাৰণে মোৰ যোজনা অসফল হʼল
పర్యాయపదాలు : ফেইল হোৱা
అర్థం : যুদ্ধ, খেল, প্রতিযোগিতা আদিত প্রতিপক্ষৰ সন্মুখত বিফল হোৱা কার্য
ఉదాహరణ :
মহাভাৰতৰ যুদ্ধত কৌৰৱ পক্ষ হাৰিছিল
పర్యాయపదాలు : পৰাজিত হোৱা, হৰা