సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : স্বীকাৰ নকৰাৰ ভাব বা কার্য
ఉదాహరణ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
పర్యాయపదాలు : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান, মানা
అర్థం : কোনো কথা, কাম আদিত সহমত নোহোৱা ভাব বা কার্য
ఉదాహరణ : সদস্যসকলৰ অসন্মতিৰ কাৰণেই এই আঁচনিখন ওলমি আছে
పర్యాయపదాలు : অমান্তি, অসমর্থন, অসহমত, সন্মতিহীনতা
అర్థం : যিয়ে সহমত পোৱা নাই
ఉదాహరణ : এতিয়াও চৰকাৰে এই আঁচনিখন নামঞ্জুৰ কৰিলে
పర్యాయపదాలు : অস্বীকৃত, নামঞ্জুৰ, সহমতহীন
ఆప్ స్థాపించండి