సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি কথা বা কামে কাৰোবাৰ মান বা প্রতিষ্ঠা হানি কৰে
ఉదాహరణ : আমি কাকো অনাহকত অপমান কৰা উচিত নহয়
పర్యాయపదాలు : অনাদৰ, অপদস্থ, অপমান, অসন্মান, অৱজ্ঞা, অৱমাননা, অৱহেলা, উপেক্ষা, তিৰস্কাৰ
అర్థం : আস্থা বা শ্রদ্ধাৰ অভাৱ
ఉదాహరణ : অনাস্থাৰে কৰা পূজা কেতিয়াও সফল নহয়
పర్యాయపదాలు : অনাস্থা, আস্থাৰহিত, শ্রদ্ধাৰহিত
ఆప్ స్థాపించండి