సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কল্যাণ বা মংগল নথকা
ఉదాహరణ : তোমাৰ এই কামটোৰ দ্বাৰা সকলোৰে অমংগলহে হʼব
పర్యాయపదాలు : অকল্যাণ, অনিষ্ট, অপকাৰ, অপায়-অমংগল, অমংগল, অমঙ্গল, অহিত, বিপদ, বিমংগল, বিমঙ্গল
అర్థం : যিটো শুভ নহয়
ఉదాహరణ : মেকুৰীয়ে ৰাস্তা কাটিলে অশুভ বুলি ধৰা হয়
పర్యాయపదాలు : অনিষ্ট, অপায়-অমংগল, অমঙ্গল, অমাংগলিক, অহিত, বিমংগল, বিমঙ্গল
ఆప్ స్థాపించండి