పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి অশান্তি అనే పదం యొక్క అర్థం.

অশান্তি   বিশেষ্য

అర్థం : অনির্ণীত পৰিস্থিতিত মনৰ মাজত হোৱা উগুল-থুগুল ভাব

ఉదాహరణ : পৰস্পৰ বিৰোধী ভাবৰ কাৰণে তেওঁৰ মনত অশান্তি হৈ আছে

పర్యాయపదాలు : চাঞ্চল্য, ্অশাঁতি

అర్థం : কোনো ভয়ানক বা চিন্তাজনক ঘটনাৰ কাৰণে মানুহে খোৱা ভয় যাৰ ফলস্বৰূপে মানুহে নিজক ৰক্ষা কৰাৰ উপায় চিন্তা কৰে

ఉదాహరణ : বোমা বিস্ফোৰণৰ লগে লগে মানুহৰ মাজত অশান্তি বিয়পি পৰিল

పర్యాయపదాలు : উদ্বেগ, ক্ষোভ

అర్థం : আমনি দিয়া কথা আদি

ఉదాహరణ : আপুনি আপোনাৰ অশান্তিৰ কথা কওক, তাৰ সমাধানৰ উপায় বিচৰাৰ চেষ্টা কৰা হʼব

అర్థం : ভয়, চিন্তা আদিৰ কাৰণে মস্তিষ্কৰ কোষবোৰত চাপ পৰাৰ কাৰণে বিকলতা অনুভৱ কৰা অৱস্থা

ఉదాహరణ : মানসিক অশান্তিৰ কাৰণে তেওঁ ্বেমাৰত পৰিল

పర్యాయపదాలు : বিহ্বলতা, মানসিক চাপ