సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি ভয় ৰহিত
ఉదాహరణ : মনু এগৰাকী নি্র্ভীক ছোৱালী
పర్యాయపదాలు : অকুতোভয়, অশংকিত, অশঙ্ক, অশঙ্কিত, নি্র্ভীক, নি্র্ভয়, বে-পৰোৱা, ভীতিশূন্য, ভীতিহীন, ভয়শূন্য, ভয়হীন, শংকাশূন্য
అర్థం : যিটো আশংকিত নহয়
ఉదాహరణ : মহাভাৰত যুদ্ধৰ পিছত পাণ্ডৱে শংকাহীনভাৱে কিছুকাল ৰাজ্য শাসন কৰিছিল
పర్యాయపదాలు : অশঙ্ক, নিশংকা, নিশঙ্কা, শংকাহীন, শঙ্কাহীন, সংশয়হীন
ఆప్ స్థాపించండి