అర్థం : কম বা সামান্য বুদ্ধিযুক্ত
ఉదాహరణ :
অল্পজ্ঞ বিদ্যার্থীসকলক পঢ়াবৰ বাবে শিক্ষকসকলে অধিক পৰিশ্রম কৰিব লাগে
పర్యాయపదాలు : অল্পজ্ঞ, অল্পবুদ্ধি, ভোদা
అర్థం : যাৰ বহুত কম বা অলপ জ্ঞান থাকে
ఉదాహరణ :
অল্পজ্ঞানী ব্যক্তি জ্ঞানী আৰু মূর্খৰ ্মাজত থাকে
పర్యాయపదాలు : অল্পজ্ঞ