సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ঘৰৰ সন্মুখ বা দাঁতিৰ বাহিৰলৈ ওলাই থকা ছাঁ দিব পৰা অংশ
ఉదాహరణ : শ্যামে বাৰাণ্ডাত বহি চাহ খাই আছিল
పర్యాయపదాలు : আগচালি, বাৰাণ্ডা, বেলকনি
అర్థం : কʼলা ৰঙৰ এবিধ পতংগ
ఉదాహరణ : ভোমোৰাই ফুলৰ ওপৰত উৰি আছে সুৰদাসে ভ্রমৰক লৈ ভ্রমৰগীত লিখিছিল
పర్యాయపదాలు : অলি, দ্বিৰেফ, ভৃঙ্গ, ভোমোৰা, ভ্রমৰ, ভ্রমৰক
ఆప్ స్థాపించండి