సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিটো বহুতেই কম
ఉదాహరణ : অকণমান বৰষুণতে ৰোৱা-ধানখিনি নষ্ট হৈ গʼল
పర్యాయపదాలు : অকণমান, অলপমান, অলপীয়া, স্বল্প
అర్థం : সংখ্যাত তাকৰ
ఉదాహరణ : মোৰ অলপমান টকাৰ প্রয়োজন হৈছে
పర్యాయపదాలు : অলপমান
అర్థం : যিটো হিচাপতকৈ কম
ఉదాహరణ : নিজৰ পৰিশ্রমৰ বলত ্তেওঁ কম সময়ৰ ভিতৰতে বহুতো উন্নতি কৰিলে
పర్యాయపదాలు : অপ্রচুৰ, অপ্রতুল, অল্প, আংশিক, কম, কিছু, ক্ষণিক, ন্যূন, লেশ
అర్థం : কম অংশৰ বা কম অংশৰ সৈতে সম্বন্ধিত
ఉదాహరణ : এই অঞ্চলটোৰ অলপ ঠাই বানপানীত ডুব গৈছে
పర్యాయపదాలు : কম, ন্যূন
ఆప్ స్థాపించండి