అర్థం : অলংকাৰ পিন্ধা বা যি ৰত্ন আদিৰে সুসজ্জিত
ఉదాహరణ :
সমাৰোহত স্বর্ণাভূষণেৰে অলংকৃত মহিলাগৰাকীক সকলোৱে ৰ লাগি চাইছিল
పర్యాయపదాలు : অলংকাৰপূর্ণ, আভূষিত, বিভূষিত, ভূষিত, সজ্জিত
అర్థం : যাক কোনো পদ, গৰিমা আদিৰে সন্মান কৰা হৈছে
ఉదాహరణ :
তেওঁক ্ ভাৰতৰত্ন উপাধিৰে অলংকৃত কৰা হৈছে
పర్యాయపదాలు : বিভূষিত