అర్థం : দেৱতা, সমাধি আদিৰ ওপৰত শ্রদ্ধাপূর্বক অর্পণ ্কৰা
ఉదాహరణ :
তেওঁ শিৱৰ প্রতিমাত জল, চাউল, পুষ্প আৰু বেল পাত অর্পণ কৰিলে
పర్యాయపదాలు : উৎসর্গা
అర్థం : কাৰোবাৰ দ্বাৰা শ্রদ্ধা সহকাৰে দেৱতা, সমাধি আদিৰ ওপৰত কোনো বস্তু দিয়া কার্য
ఉదాహరణ :
গান্ধীজীৰ সমাধিত সদায় সজীৱ ফুল অর্পণ কৰা হয়
అర్థం : দায়িত্ব দিয়া বা কাৰোবাৰ জিম্মাত ৰখা
ఉదాహరణ :
মই এই কামটো আপোনাক অর্পণ কৰিছোঁ
పర్యాయపదాలు : অধীন কৰা