సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো নিশ্চিত বা কথিত ব্যক্তি, বস্তু বা কার্য
ఉదాహరణ : অমুকৰ সৈতে আপোনাৰ কি কাম আছে ?
అర్థం : কোনো অনিশ্চিত বা অকথিত ব্যক্তি, বস্তু, কার্য আদি
ఉదాహరణ : কোনো অমুকে আপোনাক কʼলে আৰু আপুনি মানি লʼলে
అర్థం : কোনো অনিশ্চিত বা অকথিত
ఉదాహరణ : আপুনি অমুক ব্যক্তিৰ কথা কিয় মানি লয়
పర్యాయపదాలు : অচিনাকি, অমুক-তমুক
అర్థం : কোনো নিশ্চিত বা কথিত
ఉదాహరణ : অমুক ব্যক্তিয়ে আপোনাক বিচাৰি ফুৰিছে
ఆప్ స్థాపించండి