సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : মনৰ ভাল লগা ভাব
ఉదాహరణ : তেওঁ নিজৰ ৰুচি অনুসৰিহে কোনো কাম কৰে
పర్యాయపదాలు : ইচ্ছা, পছন্দ, ৰুচি
అర్థం : প্রাকৃতিকভাৱে কোনো কাম আদিত হোৱা ধাউতি
ఉదాహరణ : পঢ়াৰ প্রতি ধাউতি দেখি ্তেওঁক চহৰলৈ পঠোৱা হʼল
పర్యాయపదాలు : আগ্রহ, ইচ্ছা, ধাউতি, মন, হাবিলাস, হাবিয়াস, ৰুচি
అర్థం : যাৰ প্রতি মৰম ওপজে বা যিজন অতি মৰমৰ
ఉదాహరణ : এইখন মোৰ অতি প্রিয় গ্রন্থ
పర్యాయపదాలు : পছন্দ, প্রিয়, ভাল লগা, ৰুচি
ఆప్ స్థాపించండి