పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి অভিযোগ అనే పదం యొక్క అర్థం.

অভিযোগ   বিশেষ্য

అర్థం : কাৰোবাৰ ওপৰত অপৰাধৰ অভিযোগ, দোষ বা আৰোপ লগোৱা কার্য

ఉదాహరణ : তেওঁ নিজৰ অভিযোগ প্রমাণ কৰিব নোৱাৰিলে

పర్యాయపదాలు : আৰোপ, গোচৰ

అర్థం : এওঁ এইদৰে কৰিছে বুলি কাৰোবাৰ বিষয়ে কোৱা:দুর্নীতিৰ অভিযোগত তেওঁক নিলম্বিত কৰা হৈছে

ఉదాహరణ :

పర్యాయపదాలు : অনুযোগ, দোষাৰোপ, দোষাৰোপন, দোষী, নালিছ

అర్థం : দোষমুক্তিৰ বাবে বা ক্ষতিপূৰণৰ নিমিত্তে ন্যায়ালয়ত কৰা প্রার্থন্া

ఉదాహరణ : অনুসন্ধানৰ অন্তত গম পোৱা গʼল যে তেওঁৰ ওপৰত লগোৱা অভিযোগটো মিছা

పర్యాయపదాలు : অনুযোগ, দায়ীকৰা-, দোষ, দোষাৰোপ, দোষাৰোপণ, দোষীকৰা-, নালিছ

అర్థం : কাৰোবাৰ ব্যৱহাৰ, কার্য আদিত দুখী হৈ তেওঁৰ ্ বা তেওঁৰ সম্বন্ধীয় কোনোলোকক উদয় হোৱা দুখৰ বিষয়ে কোৱা কার্য

ఉదాహరణ : মোৰ আপোনাৰ ওচৰত কোনো আপত্তি নাই, এতিয়া আপুনি যাব পাৰে

పర్యాయపదాలు : আপত্তি, ওজৰ, ওজৰ-আপত্তি

অভিযোগ   বিশেষণ

అర్థం : অভিযোগেৰে ভৰা বা অভিযোগৰ সৈতে যুক্ত

ఉదాహరణ : তেওঁ ্ৰাষ্ট্রপতিলৈ এখন অভিযোগ পত্র লিখিলে

పర్యాయపదాలు : অপবাদযুক্ত