అర్థం : উপল্্ব্ধ নোহোৱা অৱস্থা বা ভাব
ఉదాహరణ :
আজি এখন ভাল অভিধানৰ অভাৱ অনুভৱ হৈছে
పర్యాయపదాలు : অনুপল্্ব্ধতা, উপল্্ব্ধতাহীন
అర్థం : কমি যোৱা অৱস্থা বা ভাব
ఉదాహరణ :
সময় কম হোৱা কাৰণে মই তালৈ যাব নোৱাৰিলো
పర్యాయపదాలు : অকুলন, অপর্যাপ্ততা, অপর্যাপ্তি, অপ্রতুলতা, অপ্রাচুর্য্য, অল্পতা, অল্পত্ব, কম, চুটা, টুটনি, নাটনি, ন্যূনতা, সামান্যতা, স্বপ্লতা, স্বপ্লত্ব