సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ব্যৱস্থাৰ অভাৱ
ఉదాహరణ : অব্যৱস্থাৰ কাৰণে কোনো কাম সময়মতে নহয়
పర్యాయపదాలు : গণ্ডগোল, গোলমাল, ঘমঘণ্ট, বিশৃংখলা, হুলস্থূল
అర్థం : জানি-বুজি বা আকোৰগোজ মনোভাবৰ পৰা জন্ম হোৱা বা অপটু কাৰণত হোৱা খেলিমেলি
ఉదాహరణ : আজিকালি প্রায়বোৰ বিভাগতে কিবা কিবা নহয় কিবা গোলমাল থাকেই
పర్యాయపదాలు : গণ্ডগোল, গোলমাল, ঘমঘণ্ট, ঘোটালা, বিশৃঙ্খলা
ఆప్ స్థాపించండి