సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যাৰ বোধ শক্তি নাই
ఉదాహరణ : প্রকৃতিত বহুত অবোধ প্রাণী আছে
పర్యాయపదాలు : অবোধগম্য
అర్థం : যাৰ বুদ্ধি নাই বা বুদ্ধি কম
ఉదాహరణ : মূর্খই ্অবাবত তর্ক কৰে
పర్యాయపదాలు : অহম্মক, গোটগৰু, দগধা, নির্বোধ, বুদ্ধিহীন, বুর্বক, ভোদা, মূর্খ, মূৰুখ
అర్థం : যি বিবেকবান নহয় বা যাৰ ভাল-বেয়াৰ জ্ঞান নাই
ఉదాహరణ : অবিবেকী কংসই ভগৱান কৃষ্ণক মাৰিবলৈ অনেক চেষ্টা কৰিছিল, কিন্তু সফল নহʼল
పర్యాయపదాలు : অজ্ঞানী, অন্ধ, অবিবেকী, বিবেকশূন্য, বিবেকহীন
ఆప్ స్థాపించండి