అర్థం : যি সম্পূর্ণ ৰূপে বিকশিত হোৱা নাই
ఉదాహరణ :
অপৰিপক্ক ব্যক্তি পৰিপক্ক ব্যক্তিৰ ওপৰত নি্র্ভৰশীল হৈ থাকে
పర్యాయపదాలు : অল্পবিকশিত
అర్థం : যিজনে কোনো কাম এইমাত্রহে শিকিছে
ఉదాహరణ :
এই কামটো নতুন মানুহেও কৰিব পাৰে
పర్యాయపదాలు : অনভ্যস্ত, অপৈণত, অসিদ্ধ, নতুন, নতুন শিকাৰু, নতুনকৈ শিকা, নশিকাৰু, নৱ শিকাৰু