అర్థం : উদাস হোৱা বা কোনো কামত মন নবহা অৱস্থা
ఉదాహరణ :
তেওঁৰ চেহেৰাত উদাসীনতা প্রকাশ পাইছিল
పర్యాయపదాలు : অন্যমনস্কতা, উদাসী, উদাসীনতা
అర్థం : অপ্রসন্ন হোৱা অৱস্থা বা ভাব
ఉదాహరణ :
আপোনাৰ অসন্তুষ্টিৰ কাৰণটোনো কি ?
పర్యాయపదాలు : অসন্তুষ্টি, অসন্তোষ