సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিটো লুকুওৱা যোগ্য
ఉదాహరణ : এইটো গোপনীয় কথা, ৰামুক নকʼবা
పర్యాయపదాలు : অপ্রকট্য, গুপ্ত, গোপনীয়, গোপ্য, চাপাচী, প্রচ্ছন্ন, লুক্কায়িত
అర్థం : যি প্রকাশৰ যোগ্য নহয়
ఉదాహరణ : সম্পাদকে অপ্রকাশনীয় ৰচনাবোৰ ঘূৰাই দিলে
పర్యాయపదాలు : অপ্রকাশনীয়
అర్థం : যিটো লুকুৱাই থোৱা হৈছে
ఉదాహరణ : তেওঁ এই বিষয়ৰ লগত সম্বন্ধিত এটা গোপনীয় কথা কʼলে
పర్యాయపదాలు : অজ্ঞাত, গুপ্ত, গুহ্য, গোপন, গোপনীয়, চাপাচী, নিগূঢ়, প্রচ্ছন্ন, লুক্কায়িত
అర్థం : যিটো কথনীয় নহয়
ఉదాహరణ : মোৰ কিছুমান অনুভৱ অকথনীয়
పర్యాయపదాలు : অকথনীয়, অকথ্য, অনুচ্চাৰণীয়, অবক্তব্য, অবচনীয়, অবদ্য, অবাচ্য
ఆప్ స్థాపించండి