పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి অপযশ అనే పదం యొక్క అర్థం.

অপযশ   বিশেষ্য

అర్థం : গালি পৰা কার্য ্বা ভাব

ఉదాహరణ : পৰিয়ালৰ লোকৰ গালিত অতীষ্ঠ হৈ মোহনে ঘৰ এৰি পলাই গʼল

పర్యాయపదాలు : অপামান, ককর্থ্্না, গঞ্জনা, গর্হাল, গালি, গালি-গালাজ, গালি-শপনি, গোর্হাল, গৰিহণা, ডাবি, ডাবি-হুকি, তিৰস্কাৰ, থেকেচনি, দুর্যশ, ধমক, ধমকি, নগুৰ-বিতণ্ডা, নিন্দা, নেওচা, নেওচা-কেওচা, বকনি, বকাবকি, বাক-বিতণ্ডা, ভর্ছ্্না, ভর্ৎসনা, ভেকাহি, শপনি, হুকি, ্দুর্ণাম, ্বদনাম, ্হেঁফনি, ৰটনা, ৰটনি

అర్థం : কাৰোবাৰ ওপৰত আৰোপ কৰা দোষ

ఉదాహరణ : নভবা নিচিন্তাকৈ কাৰো চৰিত্রত কলংক সনা উচিত নহয়

పర్యాయపదాలు : কলংক, কালিমা, দাগ, লাঞ্ছনা

అర్థం : কুখ্যাত হোৱাৰ অৱস্থা বা ভাব

ఉదాహరణ : ডকাইত হিচাপে ৰত্নাকৰ বদনামী পোৱাৰ বিপৰীতে ঋষি বাল্মীকি হিচাপে অধিক খ্যাতি লাভ কৰিছিল

పర్యాయపదాలు : অপকীর্তি, কুকীর্তি, কুখ্যাতি, দুর্নাম, বদনামী