పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి অপচয় అనే పదం యొక్క అర్థం.

অপচয়   বিশেষ্য

అర్థం : হেৰুওৱা বা লোকচান ভৰা কার্য

ఉదాహరణ : ধনৰ ইমান অপচয় হোৱাৰ পিছতো তেওঁ ্স্বভাৱ সলনি নহʼল

అర్థం : কোনোবাই দিয়া আজ্ঞা বা কাৰ্যৰ নোহোৱাৰ দৰে কৰা কাৰ্য

ఉదాహరణ : চৰকাৰী আঁচনিবোৰৰ প্ৰায়েই অপচয় কৰা দেখা যায়

అర్థం : লাহে-লাহে কমি যোৱা বা নষ্ট হৈ যোৱা কার্য

ఉదాహరణ : বৃদ্ধাৱস্থাত স্মৰণ শক্তি হ্রাস পাবলৈ ধৰে

పర్యాయపదాలు : ক্ষয়, হ্রাস

అర్థం : অনাহক আৰু অধিক খৰচ

ఉదాహరణ : অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে

పర్యాయపదాలు : অতিখৰচী, অপপ্রয়োগ, অপব্যয়, অপব্যৱহাৰ, আধানার্জ্জি

অপচয়   বিশেষণ

అర్థం : অনাহকত খৰচ কৰা

ఉదాహరణ : অপচয়ৰ ধন কেতিয়াও ঘূৰি নাহে