అర్థం : বস্তুৰ বা কামৰ অগা-পিছা হোৱা অৱস্থা বা ভাব
ఉదాహరణ :
পৰস্পৰৰ মাজত চিঠি পঠোৱাৰ ক্রম ভাঙি যাব নালাগে
పర్యాయపదాలు : ক্রম
అర్థం : ক্রম অনুসাৰে হোৱা অৱস্থা
ఉదాహరణ :
দোকানবোৰৰ ক্রমানুসাৰিতাই পথটোৰ শোভা বৃদ্ধি কৰিছে
పర్యాయపదాలు : অনুক্রমিকতা, ক্রমপর্যায়, ক্রমানুসাৰিতা, ক্রমান্বয়তা, ক্রমিকতা, শাৰী