అర్థం : অনিত্য বা অস্থায়ী হোৱাৰ অৱস্থা বা ভাব
ఉదాహరణ :
জীৱ আৰু জগতৰ অনিত্যতা সর্বজনবিদিত
పర్యాయపదాలు : অস্থায়িত্ব, নশ্বৰতা
అర్థం : ক্ষণভঙ্গুৰ হোৱা অৱস্থা বা ভাৱ
ఉదాహరణ :
জীৱনৰ ক্ষণভঙ্গুৰতাৰ কথা মনত ৰাখি ্সৎকর্ম ্কৰাৰ চেষ্টা কৰিব লাগে
పర్యాయపదాలు : ক্ষণভঙ্গুৰতা