సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : স্বীকাৰ নকৰাৰ ভাব বা কার্য
ఉదాహరణ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
పర్యాయపదాలు : অগ্রাহ্য, অননুমোদন, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান, মানা
అర్థం : ইচ্ছাৰ অভাৱ বা ইচ্ছা নোহোৱাৰ ভাব
ఉదాహరణ : তেওঁ ্পঢ়াৰ প্রতি নিজৰ অনীহা প্রকাশ কৰিলে
పర్యాయపదాలు : অনভিলাষ, অনীহা, অপ্রীতি, অৰুচি
అర్థం : যি মনোবৃত্তিয়ে কোনো কথা বা বস্তু লাভৰ প্রতি মনোযোগ আকর্ষণ নকৰে
ఉదాహరణ : তেওঁ অনিচ্ছাৰ কাৰণে কোনো কামতে মন বহুৱাব পৰা নাই
పర్యాయపదాలు : অনাকাংক্ষা, অনীহা, অস্পৃহা, ইচ্ছাহীনতা
ఆప్ స్థాపించండి