అర్థం : অধ্যয়ন কৰা কোঠা
ఉదాహరణ :
সুধীৰে পঢ়া-কোঠাত বহি পঢ়ি আছে
పర్యాయపదాలు : পঢ়া-কোঠা, পঢ়াকোঠা, ষ্টাডি ৰুম
అర్థం : যি ঠাইত বহি পাঠকসকলে কিতাপ, পত্রিকা আদি পঢ়ে
ఉదాహరణ :
শ্যামে নিজৰ বেছিভাগ সময় অধ্যয়নকক্ষত কিতাপৰ সৈতে পাৰ কৰে
పర్యాయపదాలు : অধ্যয়নকক্ষ